/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
অৱশেষত যোৰহাটত সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকীক ট্রেংকুলাইজ।
১৬জন লোক আহত হৈছিল নাহৰফুটুকীৰ আক্রমণত।
বন বিভাগে ট্রেংকুলাইজ কৰে নাহৰফুটুকীটো।
চটাইঘৰফলীয়াত সন্ত্রাস চলাইছিল নাহৰফুটুকীটোৱে।
আঘাতপ্রাপ্ত নাহৰফুটুকীটোৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব বুলি জনায় বন বিভাগে।
স্বাস্থ্য পৰীক্ষাৰ পিছত বন বিভাগে ল’ব সিদ্ধান্ত।
বন বিভাগে জনোৱা অনুসৰি নাহৰফুটুকীটোক আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা কাজিৰঙালৈ নিয়া হ’ব।