ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিৱানন্দ কাকতিৰ গল্প সংকলন উন্মোচন

উন্মোচন কৰে সাহিত্যিক ড০ নীনা বাৰ্মা আৰু ধ্ৰুৱ হাজৰিকাই। বিশ্ববিদ্যালয়খনত চলি থকা সাহিত্য উৎসৱত উন্মোচন কৰে গ্ৰন্থখন।

author-image
Asomiya Pratidin
New Update
180
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিৱানন্দ কাকতিৰ গল্প সংকলন উন্মোচন।
  • গল্প সংকলনখনৰ নাম ইলেভেন ষ্ট’ৰীছ।
  • উন্মোচন কৰে সাহিত্যিক ড০ নীনা বাৰ্মা আৰু ধ্ৰুৱ হাজৰিকাই।
  • বিশ্ববিদ্যালয়খনত চলি থকা সাহিত্য উৎসৱত উন্মোচন কৰে গ্ৰন্থখন।
  • গ্ৰন্থখনৰ সম্পাদনা ড° মাদ্ৰী কাকতিৰ।

WhatsApp Image 2026-02-21 at 11.13.27 AM

ডিব্ৰুগড় বিশ্ববিদ্যালয়