/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
ধেমাজী আইন মহাবিদ্যালয়ত উত্তেজনাঃ আৰক্ষী মোতায়েন...
-
ৰাজ্যত পুনৰ শিক্ষানুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতি।
-
এইবাৰ ধুবুৰী আইন মহাবিদ্যালয়ত সংঘটিত হৈছে অপ্ৰীতিকৰ পৰিস্থিতি।
-
মহাবিদ্যালয়খনত নিৰ্বাচনী হিংসা।
-
ছাত্র একতা সভাৰ নিৰ্বাচনী প্রচাৰক লৈ উত্তপ্ত পৰিস্থিতি।
-
কলেজ কৰ্তৃপক্ষই মনোনয়ন বাতিল কৰিব বিচৰাক লৈ উত্তেজনা।
-
কলেজ কৰ্তৃপক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীয়ে সাব্যস্ত কৰিলে তীব্র প্রতিবাদ।
-
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন।
-
আৰক্ষীৰ উপস্থিতত নিয়ন্ত্ৰণ হয় পৰিস্থিতি।
ক্লিক কৰি পঢ়কঃ কেবিনেট বৈঠকঃ পৰ্যটন ক্ষেত্ৰলৈ অভূতপূৰ্ব পৰিবৰ্তন ! দিলে উদ্যোগৰ স্বীকৃতি...