ধুবুৰী আইন মহাবিদ্যালয়ত উত্তেজনাঃ আৰক্ষী মোতায়েন...

ধেমাজী আইন মহাবিদ্যালয়ত উত্তেজনাঃ আৰক্ষী মোতায়েন...
ধেমাজী আইন মহাবিদ্যালয়ত উত্তেজনাঃ আৰক্ষী মোতায়েন...
  • ৰাজ্যত পুনৰ শিক্ষানুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতি।

  • এইবাৰ ধুবুৰী আইন মহাবিদ্যালয়ত সংঘটিত হৈছে অপ্ৰীতিকৰ পৰিস্থিতি।

  • মহাবিদ্যালয়খনত নিৰ্বাচনী হিংসা।

  • ছাত্র একতা সভাৰ নিৰ্বাচনী প্রচাৰক লৈ উত্তপ্ত পৰিস্থিতি।

  • কলেজ কৰ্তৃপক্ষই মনোনয়ন বাতিল কৰিব বিচৰাক লৈ উত্তেজনা।

  • কলেজ কৰ্তৃপক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীয়ে সাব্যস্ত কৰিলে তীব্র প্রতিবাদ।

  • পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন।

  • আৰক্ষীৰ উপস্থিতত নিয়ন্ত্ৰণ হয় পৰিস্থিতি।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in