/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-18/7ryix9r3/AP-FOR-WEB-cbi.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ আজিৰ পৰা তদন্ত আৰম্ভ কৰিছে চিবিআয়ে। ট্ৰেডিং কেলেংকাৰীৰ ৪১ টা গোচৰ ইতিমধ্যে হস্তান্তৰ কৰা হৈছে চিবিআইক। প্ৰথমে দীপাংকৰ বৰ্মন কাণ্ডৰ তদন্ত আৰম্ভ কৰিব তদন্তকাৰী সন্থাটোৱে।
আজি চিবিআইৰ গড়চুকস্থিত কাৰ্যালয়লৈ তলব কৰা হৈছে বহু ভুক্তভোগীক। ইফালে বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰী গোচৰ সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড়লৈ ৰাওনা হৈছে চিবিআইৰ এটা দল। উল্লেখযোগ্য যে, ৩৫২/২০২৪ নম্বৰৰ গোচৰটো চমজি লৈছে চিবিআয়ে। চুমি-বিশাল আৰু তাৰ্কিকক জেলতেই জেৰা কৰিব চিবিআই দলটোৱে।
Also Read: ক'ভিডৰ প্ৰত্যাহ্বান অতিক্ৰমী ভাৰতৰ নিৰ্মাণ খণ্ডত চমকঃ ২২-২৩ বৰ্ষত ১.৮৪ কোটিলৈ নিয়োগ বৃদ্ধি