/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0e4dbbc2-a3ab-40bd-9fbd-b59a469f31e8/CRIME_09.jpg)
মণিপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড।
মণিপুৰৰ থাউবালত বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰীক মৰিয়াই হত্যা কৰে।
ড্ৰাগছ আসক্তই হত্যা কৰে ইবেম বিশাল একাডেমীৰ জানকী সিঙক।
চামাপ শৰত নামৰ ড্ৰাগছ আসক্তজনে ৰডেৰে মৰিয়াই হত্যা কৰে ছাত্ৰীগৰাকীক।
স্থানীয় লোকে হত্যাকাৰীজনক কৰায়ক্ত কৰি আৰক্ষীক গতাই দিয়ে।
Also Read: সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত উজ্বলিল ঢকুৱাখনাৰ ৩ কৃতিমান শিক্ষাৰ্থী...