/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/426d43f2-635a-47de-9391-b893ef9c60e1/salbari_14.jpg)
সাধাৰণ কথাতে পুত্ৰই কোবাই কোবাই হত্যা কৰিলে পিতৃক...
ডিজিটেল ডেস্কঃ বাক্সাৰ শালবাৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নিজ পুত্ৰই হত্যা কৰিলে পিতৃক।
জানিব পৰা মতে নিজ পুত্ৰ কোবাই কোবাই হত্যা কৰিলে নিজ পুত্ৰক। হত্যাকাৰী পুত্ৰৰ নাম বিষ্টি গয়াৰী। আনহাতে পুত্ৰৰ হাতত প্ৰাণ ত্যাগ কৰা ব্যক্তিগৰাকীৰ নাম ভাবি গয়াৰী।
ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী বিষ্টি গয়াৰীক গ্ৰেপ্তাৰ কৰি জে'লেলৈ প্ৰেৰণ কৰিছে। সাধাৰণ কথাতেই এই ঘটনা সংঘটিত কৰিলে বিষ্টিগয়াৰীয়ে।
ক্লিক কৰি পঢ়কঃ উৰিয়াগাওঁ বাইপাছৰ অধিগৃহীত ভূমিত তেল ডিপু মাৰ্কেট কমপ্লেক্স নিৰ্মাণঃ থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ মন্ত্ৰী পীযুষক দায়িত্ব মুখ্যমন্ত্ৰীৰ