প্ৰসংগ জুবিন গাৰ্গঃ বিশিষ্ট ব্যক্তিৰে এছ আই টিৰ বৈঠক সম্পূৰ্ণ

বৈঠকত উপস্থিত আছিল ক্ৰমে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা, শিবাণু বৰা, ডাঃ শুভ্ৰ কিংকৰ গোস্বামী অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঃ হিতেশ বৰুৱাকে প্ৰমুখ্য কৰি কেইবাজনো ব্যক্তি

New Update
1
  • ৬ গৰাকী বিশিষ্ট ব্যক্তিৰে সম্পূৰ্ণ হ'ল এছ আই টিৰ বৈঠক
  • ৯০ দিনৰ ভিতৰত দাখিল হ'ব চাৰ্জশ্বিট
  • বৈঠকত উপস্থিত আছিল ক্ৰমে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা, শিবাণু বৰা, ডাঃ শুভ্ৰ কিংকৰ গোস্বামী
  • অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঃ হিতেশ বৰুৱাকে প্ৰমুখ্য কৰি কেইবাজনো ব্যক্তি
  • বৈঠকত দেখুওৱা নাই জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন
  • এছ আই টিক ৰাইজে বিচৰা ধৰণৰ কেবাটাও পৰামৰ্শ প্ৰদান কৰা বুলি জনালে দলটোৱে
  • এছ আই টিৰ পৰা ঘটনা সন্দৰ্ভত বিভিন্ন তথ্য পোৱা বুলি জনালে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই
জুবিন গাৰ্গ