ৰূপকোঁৱৰৰ জন্মস্থান তামোলবাৰী চাহ বাগিচাত শিল্পী দিৱস পালন

আজি শিল্পী দিৱস। ১৭ জানুৱাৰীৰ দিনটো ৰূপকোঁৱৰৰ মৃত্যু তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ

author-image
Asomiya Pratidin
New Update
ৰূপকোঁৱৰৰ জন্মস্থান তামোলবাৰী চাহ বাগিচাত শিল্পী দিৱস পালন

তামোলবাৰী চাহ বাগিচাত শিল্পী দিৱস পালন

ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ আজি শিল্পী দিৱস। ১৭ জানুৱাৰীৰ দিনটো ৰূপকোঁৱৰৰ মৃত্যু তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰা হৈছে।

Advertisment

জ্যোতিৰ জন্মস্থান ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাতো পুৱাৰে পৰা আৰম্ভ হৈছে ভিন্ন কাৰ্যসূচীৰ। শিল্পী দিৱসৰ লগতে সংগতি ৰাখি বিশিষ্ট সাহিত্যিক, অনুবাদক দেৱী প্ৰসাদ বাগ্ৰোদিয়াৰ নৱতম গ্ৰন্থ 'ৰূপান্তৰৰ তীৰ্থ যাত্ৰী' এই অনুষ্ঠানতে উন্মোচিত হ'ব বুলি জানিবলৈ দিয়ে।

আৰু পঢ়কঃ পিপলি চেঙৰ চোৰাং সৰবৰাহত জড়িত স্বয়ং বন বিভাগৰ লোক

assam