পিপলি চেঙৰ চোৰাং সৰবৰাহত জড়িত স্বয়ং বন বিভাগৰ লোক

পিপলি চেঙৰ চোৰাং সৰবৰাহত জড়িত স্বয়ং বন বিভাগৰ লোক
  • কাজিৰঙাত দুষ্প্ৰাপ্য পিপলি চেঙৰ চোৰাং সৰবৰাহত জড়িত স্বয়ং বন বিভাগৰ লোক

  • পৰিমল পাত্ৰ, ৰঞ্জিত প্ৰধান আৰু চনু ঘাটোৱাল নামৰ তিনিজনক গ্ৰেপ্তাৰ

  • তিনিওজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৰকাৰী হাতী মাউত

  • চোৰাংকৈ সৰবৰাহ কৰোতেই স্বয়ং বন বিভাগেই আটক কৰে তিনিওকে

  • অৱশ্যে পলায়ন কৰে এই চোৰাং কাৰবাৰত জড়িত বেপাৰী কেইজন

  • আজি বোকাখাত আদালতত হাজিৰ কৰি পুনৰ সোধপোচৰ বাবে নিজৰ জিম্মাত লৈছে বন বিভাগে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in