পিপলি চেঙৰ চোৰাং সৰবৰাহত জড়িত স্বয়ং বন বিভাগৰ লোক

তিনিওজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৰকাৰী হাতী মাউত

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

  • কাজিৰঙাত দুষ্প্ৰাপ্য পিপলি চেঙৰ চোৰাং সৰবৰাহত জড়িত স্বয়ং বন বিভাগৰ লোক

Advertisment
  • পৰিমল পাত্ৰ, ৰঞ্জিত প্ৰধান আৰু চনু ঘাটোৱাল নামৰ তিনিজনক গ্ৰেপ্তাৰ

  • তিনিওজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৰকাৰী হাতী মাউত

  • চোৰাংকৈ সৰবৰাহ কৰোতেই স্বয়ং বন বিভাগেই আটক কৰে তিনিওকে

  • অৱশ্যে পলায়ন কৰে এই চোৰাং কাৰবাৰত জড়িত বেপাৰী কেইজন

  • আজি বোকাখাত আদালতত হাজিৰ কৰি পুনৰ সোধপোচৰ বাবে নিজৰ জিম্মাত লৈছে বন বিভাগে।

আৰু পঢ়কঃ নগাঁৱত শিল্পী দিৱস পালন

kaziranga assam forest department assam