পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁয়ে...

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁয়ে...

author-image
Asomiya Pratidin
New Update
পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁয়ে...

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁয়ে...

ডিজিটেল ডেস্কঃ ঘন কুৱঁলীয়েই হ'ল কাল! গুৱাহাটী অভিমুখে আহি থকা অৱস্থাতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইয়ে।

Advertisment

ঘটনাৰ বিৱৰণ অনুসৰি ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ অৱস্থাতে আজি পুৱা নাৰায়ণপুৰত দুৰ্ঘটনাৰ সন্মুখীন হয় সিদ্ধাৰ্থ বৰগোহাঁই। নাৰায়ণপুৰৰ ভোগপুৰ উৰণীয়া সেতুৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে তেও আহি থকা বাহনখন।

ফলত থিতাতে নিহত হয় সিদ্ধাৰ্থ বৰগোহাঁইৰ। আনহাতে বাহনখনত সেই সময়ত আছিল আন এজন যুৱক। পুলকেশ গগৈ নামৰ এই যুৱকজনো দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয়। দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ এ এছ ২২ জি ৭৫২৫।

ক্লিক কৰি পঢ়কঃ আজি জোঙাল বলহুৰ স্মৃতি দিৱসঃ মুখ্যমন্ত্ৰীয়ে ভূমি পূজন কৰিব পৰ্যটন ক্ষেত্ৰৰ...

সিদ্ধাৰ্থ বৰগোহাঁই পথ দুৰ্ঘটনা