/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
নৈত সোমাল ই ৰিক্সাসহ এটা পৰিয়ালঃ ১১ মহীয়া শিশু সন্ধানহীন
ডিজিটেল সংবাদ ছমৰীয়াঃ দক্ষিন কামৰূপৰ ছয়গাঁৱৰ কলহী নৈত সংঘটিত এক কৰুন ঘটনা। ছয়গাঁৱৰ ৰাসস্থলীৰ পৰা ঘৰলৈ ই ৰিস্কাৰে ওভতাৰ সময়তে নৈত পৰিল ১১ মহীয়া এটি শিশুৰ লগতে এটি পৰিয়াল।
ছয়গাওঁ কালাৰদিয়া সংযোগী পতৰিখাতত সংঘটিত এই ঘটনা।দুৰ্ঘটনাগ্ৰস্থ পৰিয়ালটো ছয়গাওঁৰ মাকেলী গাঁৱৰ বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত উপস্থিত ছয়গাওঁ আৰক্ষী।বৰ্তমানেও সন্ধানহীন ১১ মহীয়া শিশুটি।
ক্লিক কৰি পঢ়কঃ 'হাড়গিলা— দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্ক' লৈ আন্তঃৰাষ্ট্ৰীয় সন্মান