আৰ জি ইউত ড° ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিৰ আসন গ্ৰহণ অধ্যাপক অমৰজ্যোতি চৌধুৰীৰ

এই উপলক্ষে ড০ হাজৰিকাৰ প্ৰতি মন পৰশা শ্ৰদ্ধাঞ্জলি যাচি অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে  “এটা গান শেষ হল” কবিতাটি আবৃত্তি কৰি  অনুষ্ঠানটোৰ তাৎপৰ্য্য গভীৰভাৱে বৃদ্ধি কৰে।

New Update
qq

ডিজিটেল ডেস্কঃ ৰাজ্য আৰু দেশৰ সমান্তৰালভাৱে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ আৰম্ভণি উপলক্ষে আজি অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত এক ঐতিহাসিক আৰু আৱেগিকভাৱে অনুৰণনশীল অধ্যায়ৰ সূচনা হ'ল, য’ত প্ৰখ্যাত পণ্ডিত, বিজ্ঞানী, শিল্পী আৰু দূৰদৰ্শী চিন্তাবিদ অধ্যাপক ড০ অমৰজ্যোতি চৌধুৰীয়ে ড°ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিত এমেৰিটাছ প্ৰফেচাৰ হিচাপে যোগদান কৰে। 

এই উপলক্ষে ড০ হাজৰিকাৰ প্ৰতি মন পৰশা শ্ৰদ্ধাঞ্জলি যাচি অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে  “এটা গান শেষ হল” কবিতাটি আবৃত্তি কৰি  অনুষ্ঠানটোৰ তাৎপৰ্য্য গভীৰভাৱে বৃদ্ধি কৰে। কেন্দ্ৰটো উদ্বোধন কৰি অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে কয়, “আমাৰ অন্যতম শ্ৰেষ্ঠ সাংস্কৃতিক কণ্ঠস্বৰ- ভূপেন হাজৰিকাৰ নাম বহন কৰা কেন্দ্ৰ এটাৰ নেতৃত্ব দিবলৈ পাই মই যথেষ্ট সুখী আৰু অনুপ্ৰাণিত। সৃষ্টিশীলতাক সকলো ৰূপতে জগাই তোলা আৰু শিক্ষাই যাতে হৃদয় আৰু সৃষ্টিশীলতাৰ ভাষা বহণ কৰে সেয়াই আমাৰ আহ্বান।”

RGU ত ড০ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিৰ আসন গ্ৰহণ অধ্যাপক অমৰজ্যোতি চৌধুৰীৰ

অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট চিন্তাবিদ আৰু আসাম ট্ৰিবিউন কাকতৰ প্ৰাক্তন সম্পাদক শ্ৰী প্ৰশান্ত জ্যোতি বৰুৱাই কয় যে ড০ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিয়ে সংগীত, শিল্প, সংস্কৃতি, সাহিত্য, বিজ্ঞান, দৰ্শন, সামাজিক মতাদৰ্শ আৰু বহনক্ষমতাক একত্ৰিত কৰি উদ্ভাৱন আৰু কল্পনাৰ এক সজীৱ অনুষ্ঠান হিচাপে কাম কৰিব। 

এইউপলক্ষেসম্বোধনকৰিঅসমৰয়েলগ্লবেলইউনিভাৰ্চিটিৰআচাৰ্যড০কেপানছাৰীয়েকয়, “বিজ্ঞান, সাহিত্য, দৰ্শনআৰুকলাৰক্ষেত্ৰসমূহকনিৰৱচ্ছিন্নভাৱেসেতুবন্ধনকৰিবলৈবিৰলমনবোৰৰমাজতথিয়দিয়াঅধ্যাপকচৌধুৰীয়েনিজৰলগতলৈআহিছেঅভিজ্ঞতাআৰুঅন্তৰ্দৃষ্টিৰএকঅতুলনীয়গভীৰতা

তেওঁএইগুৰুত্বপূৰ্ণভূমিকাগ্ৰহণকৰিবিশ্ববিদ্যালয়খনতথা অসমৰবৃহত্তৰসাংস্কৃতিকক্ষেত্ৰখনৰবাবেএকগৌৰোজ্জলঅধ্যায়ৰচনাকৰিলে"আৰজিইউৰঅধ্যক্ষ(শৈক্ষিক) অধ্যাপকঅলককুমাৰবুঢ়াগোহাঁইয়েকয়, “° ভূপেনহাজৰিকাচেণ্টাৰফৰক্ৰিয়েটিভিটিৰউদ্ধোধনআৰুড০অমৰজ্যোতিচৌধুৰীৰনিযুক্তিয়েঅসমৰয়েলগ্লোবেলইউনিভাৰ্ছিটিৰসমাজৰপ্রতিথকাদায়বদ্ধতাকেইপ্ৰকাশকৰিছেকল্পনা, সৃষ্টিশীলতাআৰুসমালোচনাত্মকচিন্তাধাৰাৰেলিবাৰেলআৰ্টছশিক্ষাকউন্নীতকৰাইহ'ল° ভূপেনহাজৰিকা চেন্টাৰফৰক্রিয়েতিভিতীৰমুখ্য উদদেশ্য

অসমতথাবিশ্বই° ভূপেনহাজৰিকাৰজন্মশতবাৰ্ষিকীউদযাপনৰবাবেসাজুহোৱাৰসময়তলোৱাএইপদক্ষেপেঅসমৰয়েলগ্লবেলইউনিভাৰ্চিটিকসমাজৰঅধিকওচৰলৈলৈগৈছেএইঅৰ্থপূৰ্ণযাত্ৰাৰনেতৃত্বগ্ৰহণকৰাৰবাবেঅধ্যাপকচৌধুৰীৰপ্ৰতিবিশ্ববিদ্যালয়খনেআন্তৰিককৃতজ্ঞতাজ্ঞাপনকৰাৰলগতেছাত্ৰ-ছাত্ৰী, শিল্পী, চিন্তাবিদসকলকএইনতুনঅধ্যায়ৰঅংশবলৈআমন্ত্ৰণজনাইছে

ড০ ভূপেন হাজৰিকা