/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
নিশা কৰিমগঞ্জত ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে মহিলাৰ...
নিশা কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা।
কৰিমগঞ্জৰ এলংজুৰিসংঘটিত হৈছে এই ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল এখন অট’।
দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা।
নিহত মহিলাগৰাকীক ৰেহানা বেগম বুলি চিনাক্ত।
ৰেহানা বেগমৰ ঘৰ ফকিৰাবজাৰৰ পুৰাহুৰিয়াত।
Also Read: জোনকাৰেঙত ৰে'লৰ পৰা পৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ যাত্ৰী...