জোনকাৰেঙত ৰে'লৰ পৰা পৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ যাত্ৰী...

জোনকাৰেঙত ৰে'লৰ পৰা পৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ যাত্ৰী...

ডিজিটেল ডেস্ক : জোনকাৰেঙত ৰে'লৰ পৰা পৰি গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় এজন যাত্ৰী। সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত মূৰ্কংচেলেক-ডেকাৰগাঁও অভিমুখী ৰে'লখনত আহিছিল ঢকুৱাখনাৰ নন্দেশ্বৰ দলে নামৰ প্ৰায় ৫০ বছৰীয়া এজনলোক।

ৰে'লখন গৈ থকা অৱস্থাতে জোনকাৰেং ষ্টেচনত নামিবলৈ গৈ হঠাৎ পিছলি পৰি আঘাটপ্ৰাপ্ত হয় লোকজন ৷ ঘটনাৰ পিছতেই ৰে'লখনত থকা সহযাত্ৰীসকলে লোকজনক সংকটজনক অৱস্থাত উক্ত ৰে'লখনতেই লৈ যায় মুৰ্কংচেলেক ষ্টেচনলৈ৷ ষ্টেচনৰ পৰা ১০৮ বাহনেৰে জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় নন্দেশ্বৰ দলেক৷

জোনকাৰেঙত ৰে'লৰ পৰা পৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ যাত্ৰী...
অসমীয়া প্ৰতিদিনৰ বাতৰিৰ প্ৰভাৱ: কাজিৰঙাৰত পুনৰ সক্ৰিয় হ'ল চেন্সৰ কেমেৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in