/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
কলিয়াবৰত নিশা পথ দুৰ্ঘটনাঃ শিশুসহ ৩ জনকৈ লোক আহত... road accident
কলিয়াবৰৰ ৰৌমাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত বাগৰিল ৱেগেনৰ বাহন।
দুৰ্ঘটনাগ্ৰস্ত বাহনখন আহিছিল গোলাঘাট দিশৰ পৰা।
নগাওঁ অভিমুখে গৈ আছিল বাহনখন।
ঘটনাত গুৰুতৰভাৱে আহত শিশুসহ ৩ জনকৈ লোক।
Also Read: আকৌ জ্বলিছে মণিপুৰঃ শীতল মগজুৰে মেইটেইক 'যুদ্ধ' জয়ৰ আহ্বান মুখ্যমন্ত্ৰীৰ !