/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মুকালমুৱাত পথ দুৰ্ঘটনাঃ তিনিজনকৈ লোক আহত...
মুকালমুৱাৰ ৪ নং বৰতলাত পথ দুৰ্ঘটনা।
দুখন দুচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত ৩ জনকৈ লোক গুৰুতৰভাৱে আহত।
আহত লোক কেইজনৰ নাম হিৰণ্য দাস, আনাৰ আলী, আব্দুচ চালাম।
আহতৰ দুজনক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্রেৰণ
Also Read: ধেমাজি কাছাৰী ময়দানত আন্তঃবিদ্যালয় টাইকোৱাণ্ড চেম্পিয়নশ্বিপ আৰম্ভ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us