জামুগুৰিহাটত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

জামুগুৰিহাটত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত এজন
  • জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে৷

  • একে দিশৰে গৈ থকা ট্ৰাকৰ পিছফালে খুন্দিয়ালে তীব্ৰবেগী এএছ১২এই৭০৮৯ নম্বৰৰ য়ামাহা বাইকে৷

  • থিতাতে নিহত হয় মানচিৰি বালিজানৰ ৰেকিব আলি৷

  • গুৰুতৰভাৱে আহত জেহেৰুল ইছলামক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

জামুগুৰিহাটত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত এজন
নামৰূপত ব্ৰজপাত পৰি এজনৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in