
বকোৰ বালাপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা।
এখন বাইকৰ খুন্দাত থিতাতে নিহত এজন লোক।
চাইকেল চলাই গৈ থকাৰ সময়তে চাইকেল আৰোহীজনক খুন্দিয়াই বাইকখনে।
নিহত লোকজনক দেৱেশ্বৰ বড়ো বুলি চিনাক্ত।
দেৱেশ্বৰ বড়োৰ ঘৰ বকোৰ বালাপাৰাত।
দুর্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ AS25 S3773।