সাতগাওঁ সেনা চাউনীৰ ভিতৰত দুৰ্ঘটনাঃ এজনৰ মৃত্যু...

সাতগাওঁ সেনা চাউনীৰ ভিতৰত দুৰ্ঘটনাঃ এজনৰ মৃত্যু...
সাতগাওঁ সেনা চাউনীৰ ভিতৰত দুৰ্ঘটনাঃ এজনৰ মৃত্যু...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল এক পথ দুৰ্ঘটনা। এইবাৰ এই দুৰ্ঘটনাৰ স্থান সাতগাওঁস্থিত সেনা চাউনীৰ চৌহদ।

জানিব পৰা মতে মহানগৰীৰ সাতগাঁও সেনা চাউনীৰ ভিতৰত সংঘটিত হোৱা এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছে। সেনা চাউনীৰ ভিতৰত এখন পানী কঢ়িওৱা বাহনে এজন যুৱকক খুন্দিয়াই।

ফলত থিতাতে নিহত হয় যুৱকজন। নিহত যুৱকজনৰ নাম ধীৰেন দাস। নিহত ধীৰেন দাসৰ ঘৰ কোচপাৰাত।

সাতগাওঁ সেনা চাউনীৰ ভিতৰত দুৰ্ঘটনাঃ এজনৰ মৃত্যু...
ডিফুত নদীত গা ধুবলৈ গৈ সন্ধানহীন এজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in