/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/rani-narah.jpg)
আজি CM ভিজিলেন্সত উপস্থিত হ'ব লাগিব প্ৰাক্তন সাংসদ ৰাণী নৰহ...
প্রাক্তন সাংসদ ৰাণী নৰহলৈ CM ভিজিলেন্সৰ চমন।
আজি হাজিৰ হ’ব লাগিব CM ভিজিলেন্সত প্ৰাক্তন সাংসদগৰাকী।
তেওঁৰ বিৰুদ্ধে আছে সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগ।
২০১৩-১৪ চনৰ সাংসদ পুঁজিত কেলেংকাৰীৰ অভিযোগ।
যোৰহাট জিলাত হেণ্ড টিউৱেল বহুওৱাৰ নামত কেলেংকাৰীৰ অভিযোগ।
এই কামৰ বিপৰীতে ২০১৭ চনত ৰুজু হৈছিল গোচৰ।
ইফালে ৰাণী নৰহে তেওঁৰ ওপৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে।
মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ ইছ্যু ভাইভাৰ্ট কৰিবলৈ এই পন্থা লোৱা হৈছে বুলি সাংসদগৰাকীৰ অভিযোগ।
Also Read: পুনৰ গুৱাহাটীত 'হিট এণ্ড ৰাণ'ৰ ঘটনাঃ থিতাতে নিহত এজন...