New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
পুনৰ গুৱাহাটীত 'হিট এণ্ড ৰাণ'ৰ ঘটনাঃ থিতাতে নিহত এজন...
মহানগৰীত পুনৰ ‘হিট এণ্ড ৰাণ’ৰ ঘটনা।
পদপথত শুই থকা লোকক মহটিয়াই নিলে বিলাসী বাহনে।
থিতাতে নিহত লোকজন।
গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত সংঘটিত এই ঘটনা।
ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনখনৰ।
নিশাই ঘটনাস্থলীত উপস্থিত দিছপুৰ আৰক্ষী।