/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4430d8bc-99e3-416a-9e98-dbbe5614ec2c/6.jpg)
ডিজিটেল সংবাদ,ৰঙিয়াঃ সদ্য ঘোষিত নীট পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মেহদী আলম জাহাংগীৰ নামৰ ছাত্ৰজনে।
ৰঙিয়াৰ সমীপৰ ধেপাৰগাঁৱৰ টেট শিক্ষক আব্দুল হাকিম আৰু জহুৰা বেগমৰ দ্বিতীয় তথা কনিষ্ঠ সন্তান মেহদী আলম জাহাংগীৰে মুঠ ৬৭২ নম্বৰ পাবলৈ সক্ষম হয়।মেধাবী ছাত্ৰজনে নীটত অৱতীৰ্ণ হৈ সুখ্যাতি অৰ্জন কৰাত অঞ্চলজুৰি প্ৰশংসিত হৈছে।
Also Read: ৰৌতা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাঃ নিহত বিজেপি নেতা