ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বি টি আৰত ইউ পি পি এল , বি জে পি , জি এচ পিৰ চৰকাৰ গঠন হোৱাৰ দ্বিতীয় দিনৰে পৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফে চৰকাৰ গঠন কৰাৰ সপোন দেখি আহিছে। বি পি এফে চৰকাৰ গঠনৰ কথাত যিমান গুৰুত্ব দিছে সিমান গুৰুত্ব যদি যোৱা ১৭টা বছৰ শাসনত থকাৰ সময়ছোৱাত কাম কৰাত গুৰুত্ব দিলেহেতেন তেন্তে বি টি আৰত কোনো ইউ পি পি এল, বি জে পি তথা জি এছ পি চৰকাৰ গঠন কৰিব নোৱাৰিলেহেতেন বুলি মন্তব্য কৰে প্ৰমোদ বড়োই।
লগতে কয় নিৰ্বাচনত জিকিলে হে চৰকাৰ গঠন কৰিব পাৰি বুলি উল্লেখ কৰে । আনহাতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ খ্যাত সংবাদ মাধ্যমৰ স্বকীয়তা বৰ্তাই ৰাখিবলৈও আহ্বান জনাই প্ৰমোদ বড়োৱে ।
আৰু পঢ়কঃ খাগৰিজান মহাবিদ্যালয়ত পৰিশীলন অনুষ্ঠান সম্পন্ন...
হাগ্ৰামা নেতৃত্বাধীন বি পি এফে চৰকাৰ গঠন কৰাৰ সপোন দেখি আহিছেঃ প্ৰমোদ বড়ো
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বকীয়তা বৰ্তাই ৰাখিবলৈও আহ্বান জনাই প্ৰমোদ বড়োৱে