/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7d57f08e-91e1-4863-8508-c8d08baf5610/5.jpg)
- বকোৰ লামপাৰাত নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। 
- পলায়নৰ সময়তে দুৰ্ধৰ্ষ ডকাইতলৈ আৰক্ষী গুলীচালনা। 
- ভৰিত গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইতটো কেনাৰাম বসুমতাৰী ওৰফে মোটো। 
- আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা সময়ত আৰক্ষীৰ গুলীত আহত হয় ডকাইতটো। 
- গুলীবিদ্ধ কেনাৰাম বসুমতাৰীক GMCHত ভৰ্তি কৰোৱা হয়। 
- উল্লেখযোগ্য যে শুকুবাৰে নিশা কামৰূপ আৰক্ষীয়ে ATM চোৰৰ চক্ৰ এটা গ্ৰেপ্তাৰ কৰিছিল । 
- এই ATM চুৰিত অভিযুক্ত কেনাৰামক লৈ আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল। 
- তেনে সময়তে পলায়নৰ চেষ্টা কৰিছিল দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী। 
- জানিব পৰামতে দুৰ্ধৰ্ষ কেনাৰামৰ অসম আৰু মেঘালয়ত বিভিন্ন অপৰাধ কাৰ্যৰ সৈতেও জড়িত আছিল। 
Also Read: ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসক-কৰ্মচাৰী নিযুক্তিৰ দাবী জিলা ছাত্ৰ সন্থাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us