New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ebb988b5-fb0c-454f-8f2c-8d0b289da86e/download.jpg)
ei muhurtar khabar
মৰিগাঁৱত আৰক্ষী আৰু যোগান বিভাগৰ অভিযান।
চাউল কেলেংকাৰীৰ মূল অভিযুক্ত ৰুফুল আমিনক গ্রেপ্তাৰ ।
৬ হাজাৰ কুইণ্টল চৰকাৰী চাউল আত্মসাৎ কাৰ্যত অভিযুক্ত ৰুফুল।
ৰুফুল আমিন লোচনাবড়ী সমবায় সমিতিৰ সচিব আছিল।
নগাঁৱৰ এটা গোপন স্থানত আত্মগোপন কৰি আছিল ৰুফুল আমিন।
উল্লেখ্য যে পূৰ্বে এই গোচৰত গ্রেপ্তাৰ হৈছিল ৮জন অভিযুক্ত।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us