/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e0b69e8f-55b7-411f-823f-0b544ad83012/8.jpg)
-
আজি মোডী মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠক।
-
বিতৰণ কৰা হব মন্ত্ৰীসকলৰ দপ্তৰ।
-
প্ৰথম কেবিনেটতে বহুকেইটা সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।
-
কেবিনেট বৈঠকৰ পাছতেই মোডীৰ বিদেশ ভ্ৰমণ।
-
ইটালীলৈ যাব প্ৰধানমন্ত্ৰী মোডী।
-
ইটালীত অনুষ্ঠিত G7 SUMMIT ত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে।