New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
হাইলাকান্দিত ৰে'লৰ খুন্দাত নিহত এজন...
হাইলাকান্দিৰ সুলতানী অঞ্চলত অঘটন।
ৰে’লৰ খুন্দাত থিতাতে নিহত এজন লোক।
নিহত লোকজনৰ নাম বসন্ত দাস বুলি জানিব পৰা গৈছে।
শিলচৰ-ভৈৰবী যাত্রীবাহী ৰে’লৰ খুন্দাত নিহত লোকজন।
এটা ছাগলীক বচাবলৈ গৈ সংঘটিত এই ঘটনা।
Also Read: চৰাইদেউত ছাত্ৰ সংহতি দিৱস পালন...