/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7dca2497-874b-4d1e-b551-741a05968698/asomiyapratidin_2022_11_2ce8028e_d03b_4c6c_bae0_1dee8aa0f375_download.avif)
নিশা নুমলীগড়ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
গোলাঘাট অভিমুখী নৈশ বাছত দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰা ঘটনা সংঘটিত হৈছে।
নুমলীগড়ৰ বিষ্ণু মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
নামবৰ নৈশ বাছখনত শিলগুটি নিক্ষেপেৰে আক্রমণ কৰে দুৰ্বৃত্তই।
ডকাইতি কৰাৰ পৰা কথমপি ৰক্ষা পৰে বাছখনৰ।
চালকে কৌশলেৰে বাছখন থানালৈ আনি এজাহাৰ দাখিল কৰে।
পূৰ্বেও এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই।
Also Read: অনন্ত কন্দলী বাৰেগঞা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত ভাগৱত পাঠ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us