দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্রপতি পদত জগদীপ ধনখড়।এম ভেংকায়া নাইডুৰ স্থলাভিষিক্ত হ'ব জগদীপ ধনখড়।জগদীপ ধনখড়ৰ প্রতিদ্বন্দ্বী আছিল মাৰ্গাৰেট আলভা ।৫২৮টা ভোট লাভ কৰে NDAৰ উপ-ৰাষ্ট্রপতি পদৰ প্রাৰ্থীজনে।প্রতিদ্বন্দ্বী মাৰ্গাৰেট আলভাই লাভ কৰে ১৮২টা ভোট।১১ আগষ্টত শপত গ্ৰহণ কৰিব নব-নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।.আৰু পঢ়ক : কমনৱেলথ গেমছত আগবাঢ়িল ভাৰতীয় মহিলা দল…