কমনৱেলথ গেমছত আগবাঢ়িল ভাৰতীয় মহিলা দল…

কমনৱেলথ গেমছত আগবাঢ়িল ভাৰতীয় মহিলা দল…
  • ৪x১০০ মিটাৰ ৰীলেৰ ফাইনেলত আগবাঢ়িছে ভাৰতীয় দল।
  • ভাৰতীয় দলটোৰ অন্যতম সদস্য হিচাপে আছে অসমৰ হিমা দাস ।
  • হিটছত দ্বিতীয় স্থান দখলেৰে ফাইনেলত স্থান নিশ্চিত ভাৰতীয় দলটোৰ ।
  • দলটোত আছে হিমা দাস সহ দ্যুতি চান্দ, শ্রাৱনী নন্দা, জ্যোতি য়াৰাজি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in