/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e94afc62-2dc9-459b-8193-117cea1483a8/2.jpg)
এন ডি এৰ সহযোগী দল এনচি পি (অজিত পাৱাৰ) গোটৰ মন্ত্ৰীত্ব প্ৰস্তাৱ প্ৰত্যাখ্যান।
দলটোৰ সাংসদ প্ৰফুল পেটেলক যাচিছিল ৰাজ্য়িক স্বতন্ত্ৰ মন্ত্ৰী পদ।
পূৰ্বতে পেটেল আছিল কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী।
স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী পদ গ্ৰহণ নকৰিলে পেটেলে।
এই সন্দৰ্ভত অজিত পাৱাৰৰ প্ৰতিক্ৰিয়া।
পূৰ্বৰ কেবিনেট মন্ত্ৰী পেটেলে গ্ৰহণ নকৰে ৰাজ্যিক মন্ত্ৰী পদ।
Also Read: LIVE UPDATE: অসমৰ পৱিত্ৰ মাৰ্ঘেৰিটাৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ