/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f8414d88-17ef-4e3b-9f3f-5c7332e09438/WhatsApp_Image_2024_06_09_at_7_24_27_PM.jpeg)
-
Jun 09, 2024 21:50 IST
অসমৰ পৱিত্ৰ মাৰ্ঘেৰিটাৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ
অসমৰ পৱিত্ৰ মাৰ্ঘেৰিটাৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ। মোডী মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী হ'ব পৱিত্ৰ মাৰ্ঘেৰিটা। সৰ্বানন্দ সোণোৱালৰ পাছত অসমৰ দ্বিতীয়গৰাকী মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা।
-
Jun 09, 2024 21:45 IST
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ ৰাজু শ্ৰী নিবাস বাৰ্মাৰ
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ ৰাজু শ্ৰী নিবাস বাৰ্মাৰ। তেঁও মোডী মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
-
Jun 09, 2024 21:40 IST
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ দুৰ্গাদাস উইকেৰ
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ দুৰ্গাদাস উইকেৰ। বিজেপি নেতা উইকীয়ে মোডী মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
-
Jun 09, 2024 21:36 IST
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ অজয় টামাটৰ
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ অজয় টামাটৰ। মোডী মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী টামটৰ।
-
Jun 09, 2024 21:27 IST
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ বান্দী সঞ্জয় কুমাৰৰ
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ বান্দী সঞ্জয় কুমাৰৰ।
-
Jun 09, 2024 21:20 IST
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ শ্ৰীপদ নায়কৰ
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ শ্ৰীপদ নায়কৰ। মোডীৰ মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী নায়ক। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে শপতগ্ৰহণ অনুষ্ঠান।
-
Jun 09, 2024 21:19 IST
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ ভগীৰথ চৌধুৰীৰ
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ ভগীৰথ চৌধুৰীৰ। মোডীৰ মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী চৌধুৰী। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে শপতগ্ৰহণ অনুষ্ঠান।
-
Jun 09, 2024 21:14 IST
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ ভি সোমান্নাৰ
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ ভি সোমান্নাৰ। মোডীৰ মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী সোমান্না।
-
Jun 09, 2024 21:09 IST
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ শান্তনু ঠাকুৰৰ
ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ শান্তনু ঠাকুৰৰ।
-
Jun 09, 2024 21:05 IST
৪৪ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে কৃৰ্তিবৰ্ধন সিঙৰ শপতগ্ৰহণ
৪৪ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে কৃৰ্তিবৰ্ধন সিঙৰ শপতগ্ৰহণ।
-
Jun 09, 2024 21:04 IST
৪৩ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে এছ সিং বাঘেৱলৰ শপতগ্ৰহণ
৪৩ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে এছ সিং বাঘেৱলৰ শপতগ্ৰহণ।
-
Jun 09, 2024 21:00 IST
৪২ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে পি চন্দ্ৰশেখৰৰ শপতগ্ৰহণ
৪২ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে পি চন্দ্ৰশেখৰৰ শপতগ্ৰহণ।
-
Jun 09, 2024 20:56 IST
৪১ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে ৰাম নাথ ঠাকুৰৰ শপতগ্ৰহণ
৪১ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে ৰাম নাথ ঠাকুৰৰ শপতগ্ৰহণ।
-
Jun 09, 2024 20:54 IST
৪০ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে অনুপ্ৰিয়া পেটেলৰ শপতগ্ৰহণ
৪০ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে অনুপ্ৰিয়া পেটেলৰ শপতগ্ৰহণ। মোডীৰ মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী পেটেল।
-
Jun 09, 2024 20:51 IST
৩৯ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে নিত্যানন্দ ৰায়ে
৩৯ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে নিত্যানন্দ ৰায়ে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে শপতগ্ৰহণ অনুষ্ঠান।
-
Jun 09, 2024 20:50 IST
৩৮ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে পঙ্কজ চৌধুৰীয়ে
৩৮ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে পঙ্কজ চৌধুৰীয়ে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে শপতগ্ৰহণ অনুষ্ঠান।
-
Jun 09, 2024 20:46 IST
৩৭ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে ৰাম দাস আথৱালে
৩৭ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে ৰাম দাস আথৱালে।
-
Jun 09, 2024 20:42 IST
৩৬ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে জীতেন প্ৰসাদে
৩৬ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে জীতেন প্ৰসাদে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে শপতগ্ৰহণ অনুষ্ঠান।
-
Jun 09, 2024 20:38 IST
৩৫ সংখ্যক স্থানত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে জয়ন্ত চৌধুৰীয়ে
৩৫ সংখ্যক স্থানত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে জয়ন্ত চৌধুৰীয়ে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে শপতগ্ৰহণ অনুষ্ঠান।
-
Jun 09, 2024 20:37 IST
৩৪সংখ্যক স্থানত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে প্ৰতাপ ৰাও গণপত ৰাও যাদৱে
৩৪সংখ্যক স্থানত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত ল'লে প্ৰতাপ ৰাও গণপত ৰাও যাদৱে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে শপতগ্ৰহণ অনুষ্ঠান।
-
Jun 09, 2024 20:35 IST
৩৩সংখ্যক স্থানত অৰ্জুন লাল মেঘৱালৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ
৩৩ সংখ্যক স্থানত মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে অৰ্জুন লাল মেঘৱালে। ৰাজ্যিক মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিলে মেঘৱালে।
-
Jun 09, 2024 20:32 IST
৩২ সংখ্যক স্থানত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ড০ জীতেন্দ্ৰ সিঙে
৩২ সংখ্যক স্থানত মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ড০ জীতেন্দ্ৰ সিঙে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে শপতগ্ৰহণ অনুষ্ঠান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত বাক্য পাঠ কৰায়।
-
Jun 09, 2024 20:29 IST
৩১ সংখ্যক স্থানত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ইন্দ্ৰজিত সিঙে
৩১ সংখ্যক স্থানত ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ইন্দ্ৰজিত সিঙে।
-
Jun 09, 2024 20:27 IST
৩০ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে চি আৰ পাটিলে
৩০ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে টি আৰ পাটিলে।
-
Jun 09, 2024 20:25 IST
২৯ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে চিৰাগ পাচৱানে
২৯ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে চিৰাগ পাচৱানে। মোডী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হ'ব পাচৱান।
-
Jun 09, 2024 20:22 IST
২৮ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে জি কিষাণ ৰেড্ডীয়ে
২৮ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে জি কিষাণ ৰেড্ডীয়ে।
-
Jun 09, 2024 20:22 IST
২৭ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ড০ মনসুখ মান্দভিয়াই
২৭ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ড০ মনসুখ মান্দভিয়াই। কেবিনেট মন্ত্ৰী মান্দভিয়াক শপত বাক্য পাঠ কৰালে ৰাষ্ট্ৰপতি মুৰ্মুৱে।
-
Jun 09, 2024 20:19 IST
২৬ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে হৰদীপ সিং পুৰীয়ে
২৬ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে হৰদীপ সিং পুৰীয়ে।
-
Jun 09, 2024 20:18 IST
২৫ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ কিৰেণ ৰিজিজুৱে
২৫ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ কিৰেণ ৰিজিজুৱে । মোডীৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী ৰিজিজুক শপত বাক্য পাঠ কৰালে ৰাষ্ট্ৰপতি মুৰ্মুৱে।
-
Jun 09, 2024 20:16 IST
২৪ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে অন্নাপূৰ্ণা দেৱীয়ে
২৪ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে অন্নাপূৰ্ণা দেৱীয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে তেঁওক কেবিনেট মন্ত্ৰীৰ শপত বাক্য পাঠ কৰায়।
-
Jun 09, 2024 20:14 IST
২৩ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে গজেন্দ্ৰ সিং শ্বেখাৱটে
২৩ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে গজেন্দ্ৰ সিং শ্বেখাৱটে।
-
Jun 09, 2024 20:12 IST
২২ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ভূপেন্দ্ৰ যাদৱে
২২ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ভূপেন্দ্ৰ যাদৱে। মোডী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হ'ব যাদৱ।
-
Jun 09, 2024 20:10 IST
২১ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে জ্যোতিৰাদিত্যই সিন্ধিয়াই
২১ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে জ্যোতিৰাদিত্যই সিন্ধিয়াই।
-
Jun 09, 2024 20:08 IST
২০ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে অশ্বিনী বৈষ্ণৱে
২০ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে অশ্বিনী বৈষ্ণৱে। কেবিনেট মন্ত্ৰীৰূপে শপত ল'লে বৈষ্ণৱে।
-
Jun 09, 2024 20:06 IST
১৯সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে গিৰিৰাজ সিঙে
১৯সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে গিৰিৰাজ সিঙে। কেবিনেট মন্ত্ৰীৰূপে শপত ল'লে সিঙে।
-
Jun 09, 2024 20:04 IST
১৮ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে প্ৰহ্লাদ যোশীয়ে
১৮ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে প্ৰহ্লাদ যোশীয়ে।
-
Jun 09, 2024 20:02 IST
১৭ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত ল'লে কিঞ্জৰাপু ৰাম মনোহৰ নাইডুৱে
১৭ সংখ্যক স্থানত কেবিনেট মন্ত্ৰীৰূপে শপত ল'লে ৰাম মনোহৰ নাইডুৱে।
-
Jun 09, 2024 19:58 IST
১৬ সংখ্যক স্থানত বীৰেন্দ্ৰ কুমাৰৰ শপত গ্ৰহণ
১৬ সংখ্যক স্থানত বীৰেন্দ্ৰ কুমাৰৰ শপত গ্ৰহণ। কেবিনেট মন্ত্ৰীৰূপে শপত ল'লে কুমাৰে।
-
Jun 09, 2024 19:57 IST
মোডীৰ মন্ত্ৰীসভাত অসমৰ সৰ্বানন্দ সোণোৱালৰ শপত গ্ৰহণ
মোডী মন্ত্ৰীসভাত অসমৰ সৰ্বানন্দ সোণোৱালৰ শপত গ্ৰহণ। পোন্ধৰ সংখ্যক স্থানত শপতগ্ৰহণ কৰিলে সোণোৱালে।
-
Jun 09, 2024 19:55 IST
চতুৰ্দশ স্থানত লালন সিঙৰ শপতগ্ৰহণ
চতুৰ্দশ স্থানত লালন সিঙৰ শপতগ্ৰহণ।
-
Jun 09, 2024 19:53 IST
ত্ৰয়োদশ স্থানত কেবিনেট মন্ত্ৰীৰূপে জীতন ৰাম মাঝিৰ শপতগ্ৰহণ
ত্ৰয়োদশ স্থানত কেবিনেট মন্ত্ৰীৰূপে জীতন ৰাম মাঝিৰ শপতগ্ৰহণ।
-
Jun 09, 2024 19:50 IST
দ্বাদশ স্থানত ধৰ্মেন্দ্ৰ প্ৰধানৰ শপতগ্ৰহণ
মোডী মন্ত্ৰী পৰিষদৰ দ্বাদশগৰাকী কেবিনেট মন্ত্ৰীৰূপে ধৰ্মেন্দ্ৰ প্ৰধানৰ শপতগ্ৰহণ। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে শপতগ্ৰহণ অনুষ্ঠান।
-
Jun 09, 2024 19:47 IST
একাদশ স্থানত পীযুষ গোৱেলৰ শপতগ্ৰহণ
নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ একাদশ সংখ্যক কেবিনেট মন্ত্ৰীৰূপে পীযুষ গোৱেলৰ শপতগ্ৰহণ।
-
Jun 09, 2024 19:45 IST
দশমগৰাকী কেবিনেট মন্ত্ৰীৰূপে এইছ ডি কুমাৰ স্বামীৰ শপতগ্ৰহণ
দশমগৰাকী কেবিনেট মন্ত্ৰীৰূপে এইছ ডি কুমাৰ স্বামীৰ শপতগ্ৰহণ।
-
Jun 09, 2024 19:43 IST
নৱমগৰাকী কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ মনোহৰ লাল কট্টাৰৰ
মোডী মন্ত্ৰীসভাৰ নৱমগৰাকী কেবিনেট মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিলে মনোহৰ লাল কট্টাৰে।
-
Jun 09, 2024 19:40 IST
অষ্টমগৰাকী মন্ত্ৰী হিচাপে সুব্ৰমনিয়াম জয়শংকৰৰ শপতগ্ৰহণ
মোডী মন্ত্ৰীসভাৰ অষ্টমগৰাকী কেবিনেট মন্ত্ৰী হিচাপে এছ জয়শংকৰৰ শপত গ্ৰহণ।
-
Jun 09, 2024 19:39 IST
সপ্তমগৰাকী কেবিনেট মন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ শপত গ্ৰহণ
মোডী মন্ত্ৰীসভাৰ সপ্তমগৰাকী কেবিনেট মন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ শপতগ্ৰহণ। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি মুৰ্মুৱে কৰালে শপত বাক্য পাঠ।
-
Jun 09, 2024 19:36 IST
ষষ্ঠ স্থানত কেবিনেট মন্ত্ৰী ৰূপে শিৱৰাজ সিং চৌহানৰ শপত গ্ৰহণ
ষষ্ঠ স্থানত কেবিনেট মন্ত্ৰী ৰূপে শিৱৰাজ সিং চৌহানৰ শপত গ্ৰহণ। ৰাষ্ট্ৰপতি মুৰ্মুৱে শপত বাক্য পাঠ কৰালে চৌহানক।
-
Jun 09, 2024 19:35 IST
পঞ্চম স্থানত শপত ল'লে জে পি নাড্ডাই
মোডী মন্ত্ৰীসভাত পঞ্চম স্থানত জে পি নাড্ডাৰ শপতগ্ৰহণ। ৰাষ্ট্ৰপতি মুৰ্মুৱে শপত বাক্য পাঠ কৰালে নাড্ডাক।
-
Jun 09, 2024 19:35 IST
চতুৰ্থ স্থানত শপত গ্ৰহণ নীতিন গাডকাৰীৰ
চতুৰ্থ স্থানত শপত গ্ৰহণ নীতিন গাডকাৰীৰ। মোডী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰূপে গাডকাৰীৰ শপত গ্ৰহণ।