/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4d2930bc-6afa-4aa5-83dc-8e2a97c47ea2/ajagar.jpg)
ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ আবাসী এলেকাত বুধবাৰে প্ৰায় ৫ ফুট দীঘল এটা অজগৰ উদ্ধাৰ হয়। তাপ বিদ্যুৎ কেন্দ্ৰৰ আবাসী এলেকাস্থিত নামঘৰৰ নলাত অজগৰটো প্ৰত্যক্ষ কৰে স্থানীয় বাসিন্দাই।
তাপ বিদ্যুৎ কেন্দ্ৰৰ মহা প্ৰবন্ধক মহম্মদ জাকিৰৰ উপস্থিতিত স্থানীয় বন বিভাগে অজগৰটো উদ্ধাৰ কৰি ওচৰৰে জয়পুৰ সংৰক্ষিত বনাঞ্চলত অজগৰটো এৰি দিয়ে।
আৰু পঢ়কঃ নতুন শিক্ষা নীতিৰ আধাৰত প্ৰস্তুত কৰা ষ্টেম ফৰ গাৰ্লচ প্ৰকল্পৰ প্ৰশিক্ষণ শিবিৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us