সংস্থাপনৰ বাবে গৈ বহিঃৰাজ্য়ত ধেমাজিৰ যুৱকৰ ৰহস্যজনক মৃত্যু

বিবেক এক্সপ্ৰেছযোগে ধেমাজিৰ মুনিন দত্ত গৈছিল কেৰালালৈ। ১০ নৱেম্বৰত তামিলনাডুৰ চেলেম ৰে’ল ষ্টেচনত এটা অচিনাক্ত দলেৰে কাজিয়াৰ সূত্ৰপাত হৈছিল দুই যুৱকৰ। ৰে’লৰ পৰা নমাই মাৰপিট কৰিছিল যুৱক দুজনক

author-image
Asomiya Pratidin
New Update
1
  • পুনৰ বহিঃৰাজ্যিত অসমীয়া যুৱকৰ মৃত্যু
  • যোৱা ৮ নৱেম্বৰত ডিব্ৰুগড়ৰ পৰা কেৰালালৈ গৈছিল দুজন যুৱক
  • বিবেক এক্সপ্ৰেছযোগে ধেমাজিৰ মুনিন দত্ত গৈছিল কেৰালালৈ
  • ১০ নৱেম্বৰত তামিল নাডুৰ চেলেম ৰে’ল ষ্টেচনত সূত্ৰপাত হৈছিল কাজিয়াৰ
  • কাজিয়াত এটা অচিনাক্ত দলে ৰে’লৰ পৰা নমাই মাৰপিট কৰে যুৱক দুজনক
  • মাৰপিটত মৃত্যু হয় ধেমাজিৰ মুনিন দত্তৰ
  • ঘটনাৰ বিবৰণ দি মুনিন দত্তই প্ৰেৰণ কৰিছিল ফোন ৰেকৰ্ডিং
  • বৰ্তমানলৈ সন্ধানহীন একেলগে যাত্ৰা কৰা আন এজন যুৱক
  • সন্ধানহীন যুৱকজন ৰাজীৱ চুতীয়া
ধেমাজি