ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস উপলক্ষে সজাগতা মূলক বাটৰ নাট

ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস উপলক্ষে সজাগতা মূলক বাটৰ নাট

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ, ৰঙিয়াঃ দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস। এই উপলক্ষে আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ দিনাই ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ভাৰতী ছোচিয়েল এণ্ড কালছাৰেল নামৰ গ্ৰুপটিয়ে ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত বৃদ্ধাশ্ৰম শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন কৰে।

Advertisment

একাংশ পুত্ৰ বোৱাৰীয়ে জন্মদাতা পিতৃ মাতৃক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱাৰ লগতে বৃদ্ধাশ্ৰমলৈ পঠিয়াই, এই সময়তে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন কৰে ভাৰতী ছোচিয়েল এণ্ড কালছাৰেল নামৰ গ্ৰুপটিয়ে।

Also Read: বটদ্ৰৱাত মাৱাটেকা চিটৰিঅ' কাৰাটে প্ৰশিক্ষণ অনুষ্ঠান...

rangia mothers day celebration mothers day