/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/dcc3344f-4d35-42af-bff7-ff9301b2216c/1.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাত দেওবাৰে মাৱাটেকা চিটৰিঅ' কাৰাটে প্ৰশিক্ষণ আৰু বেল্ট পৰীক্ষা অনুষ্ঠিত হয়। নগাঁও, কাৰ্বি আংলং আৰু গুৱাহাটীৰ ড'জ(প্ৰশিক্ষণ গোট)ৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6bff382d-be99-4734-8a41-8a41da01b574/d1fe2370_404d_4ba8_ae7d_d673ba63e67c.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f3649db0-18ba-4ec1-ad2d-c84bcd6a1645/3eaa2a4d_3162_4a63_9473_6338365fed67.jpg)
অনুষ্ঠানটিত অহা ৩১ মে'ৰ পৰা ২ জুনলৈ নেপালত অনুষ্ঠিত হবলগীয়া আন্তৰ্জাতিক কাৰাটে প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াও অনুষ্ঠিত হয়। চেনচেই ৰিকু কটকীয়ে আঁত ধৰা কাৰ্যসূচীত কিয়চি জীতেন চৌধুৰী, কিয়চি চম্পক ডেকাই প্ৰশিক্ষাৰ্থীসকলক কাৰাটে প্ৰশিক্ষণ প্ৰদান কৰে।
Also Read: সাতগাঁৱত বিধ্বংসী অগ্নিকাণ্ড