ড০ হীৰেন গোহাঁইয়ে উন্মোচন কৰিলে 'বেজকচু'...

ড০ হীৰেন গোহাঁইয়ে উন্মোচন কৰিলে 'বেজকচু'...

ডিজিটেল ডেস্কঃ প্ৰকাশ পালে আন এখন মাহেকীয়া সংবাদপত্ৰ। শনিবাৰে 'বেজকচু' নামৰ এই সংবাদপত্ৰখনৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে।

দিনৰ ১১ বজাত ড০ গোহাঁইৰ বাসগৃহত এই সংখ্যাটিৰ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে। সংবাদপত্ৰখনৰ সম্পাদকৰ দায়িত্বত আছে মোলান লস্কৰ। আনহাতে সঞ্চালনাৰ সৈতে জড়িত হৈ আছে বিৰিঞ্চি বৰা, বাচিত আলম চৌধুৰী, দুলাল বৰা।

প্ৰস্তাৱনা সংখ্যাত আছে ড০ হীৰেন গোহাঁই, অজিত কুমাৰ ভূঞা, বিৰিঞ্চি বৰা, শৰৎ চন্দ্ৰ নেওগ, বৃকোদৰ বৰুৱা, অনন্ত কলিতা, দীনেশ দাস আদি।

ড০ হীৰেন গোহাঁইয়ে উন্মোচন কৰিলে 'বেজকচু'...
অসমীয়া প্ৰতিদিনৰ বাতৰি আৰু প্ৰবন্ধৰ প্ৰভাৱঃ বন্ধ হ’ল কৃষ্ণাইত শালগছ ধ্বংসযজ্ঞ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in