/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
মক্কাৰ হজ যাত্ৰাত অঘটন।
শিৱসাগৰৰ এজন হাজীৰ মৃত্যু হৈছে মক্কাত।
মৃত লোকজনৰ নাম সঞ্জীৱ বড়া।
পত্নীৰ সৈতে হজ যাত্রালৈ গৈছিল সঞ্জীৱ বড়া।
অ' এন জি চিৰ অৱসৰপ্রাপ্ত বিষয়া আছিল সঞ্জীৱ বড়া।
সঞ্জীৱ বড়াৰ ঘৰ শিৱসাগৰৰ ঘিলাগুৰিত।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫বছৰ।
উল্লেখ্য মক্কাতে তেখেতৰ জানাজা সম্পন্ন হ'ব বুলি জানিব পৰা গৈছে।
Also Read: ত্ৰিপুৰাত ৰথ যাত্ৰাত অঘটন; ৬জনৰ মৃত্যু...