/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/bb14247d-ed9e-4448-9930-28e91a337018/MILAN_22.jpg)
অপসাৰিত হ'ব আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই...
যিকোনো মুহূৰ্ততে অপসাৰিত হ'ব পাৰে মিলন বুঢ়াগোহাঁই।
সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিতৰ্কিত সভাপতি বুঢ়াগোহাঁই।
ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছতেই চৰ্চাত আছিল নেতাগৰাকী।
আটাছুৰ এই নেতাগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত আলোচনাৰ বাবে অনুষ্ঠিত হৈছে জৰুৰী কাৰ্যনিৰ্বাহক।
মৰাণত অনুষ্ঠিত হৈছে এই সভা।
Also Read: দিল্লীলৈ যাব খোজা লাচিতক ভাইৰেল কল ৰেকৰ্ডিঙে দেখুৱালে জে'লৰ বাট !