চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৫
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • প্ৰযুক্তি - প্ৰবৃত্তি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
মুখ্য-পৃষ্ঠা ধেমাজি

চিচিবৰগাঁৱৰ যৌন নিৰ্যাতন কাণ্ডৰে জড়িতক গ্ৰেপ্তাৰৰ দাবীত স্মাৰক পত্ৰ..

ভুক্তভোগী মহিলাগৰাকীৰ ঘৰত এক প্ৰতিবাদী সভাৰ আহ্বান কৰি দোষীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী জনাই চিচিবৰগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত এক স্মাৰক পত্ৰ প্ৰদান কৰে ধেমাজি জিলা জাতীয় মহিলা পৰিষদে ।

author-image
Asomiya Pratidin
04 Jan 2025 17:05 IST

Follow Us

New Update
0

ডিজিটেল সংবাদ,চিলাপথাৰঃ পহিলা জানুৱাৰীৰ দিনাই চিচিবৰগাঁৱত সংঘটিত হৈছিল এক জঘন্য ঘটনা । দিন দুপৰতে তিনিটা লম্পটৰ কামনাৰ বলি হৈছিল এগৰাকী দৰিদ্ৰ মহিলা। উল্লেখযোগ্য যে যৌন নিৰ্যাতন চলায় মুমুৰ্ষু অৱস্থাত পেলাই থৈ গৈছিল নদীৰ পাৰত ।

ঘটনাৰ লগত জড়িত চুমনি গাঁৱৰ এজন যুবকক আটক কৰি আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। পিছে ঘটনাৰ চাৰিটা দিনৰ পিছতো আৰক্ষীৰ হাতত পৰা নাই আন দুটা অভিযুক্ত। বৰ্তমান আটকাধীন যুবকজনে তেওঁৰ লগত আৰু দুজন যুৱক আছিল বুলি স্বীকাৰ কৰিছে যদিও বৰ্তমানলৈকে তেওঁলোক কোন তাৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। 

ভুক্তভোগী মহিলাগৰাকী বৰ্তমানেও ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ঘটনা সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধেমাজি জিলা জাতীয় মহিলা পৰিষদৰ সদস্যাসকলে বাকী থকা অপৰাধী কেইজনক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনায়। 

ভুক্তভোগী মহিলাগৰাকীৰ ঘৰত এক প্ৰতিবাদী সভাৰ আহ্বান কৰি দোষীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী জনাই চিচিবৰগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত এক স্মাৰক পত্ৰ প্ৰদান কৰে ধেমাজি জিলা জাতীয় মহিলা পৰিষদে ।
 

চিলাপথাৰ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
শেহতীয়া প্ৰৱন্ধসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!