পল্টনবজাৰৰ জৈন গলিত অগ্নিকাণ্ডঃ ৮ খন ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মিভূত...

পল্টনবজাৰৰ জৈন গলিত অগ্নিকাণ্ডঃ ৮ খন ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মিভূত...
পল্টনবজাৰৰ জৈন গলিত অগ্নিকাণ্ডঃ ৮ খন ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মিভূত...
  • পুনৰ গুৱাহাটী মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড।

  • এইবাৰ পল্টনবজাৰত সংঘটিত হ'ল এই অগ্নিকাণ্ড।

  • নিশা প্ৰায় ১৪ঃ৪০ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত কেইবালাখ টকাৰ সম্পত্তি ভস্মিভূত।

  • অগ্নিকাণ্ডত মুঠ ৮ খন ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মিভূত হোৱাৰ খবৰ পোৱা গৈছে।

  • অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পৰা ৰক্ষা পৰে।

  • অগ্নিকাণ্ডত কোনো লোকৰ হতাহতিৰ খবৰ অহা নাই।

  • পল্টনবজাৰৰ জৈন গলিত সংঘটিত হৈছিল এই অগ্নি কাণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in