/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9f15a7a2-42e7-4675-aefc-3abb714fb6c2/FIRE_20.jpg)
চৰাইদেউত বিধ্বংসী অগ্নিকাণ্ড...
-
চৰাইদেউৰ এঙেৰাত বিধ্বংসী অগ্নিকাণ্ড ৷
-
মেক্ৰ মাৰাৰ নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷
-
সন্ধিয়া প্ৰায় ৬-৩০ বজাত সংঘটিত হয় এই ঘটনা ৷
-
অগ্নিকাণ্ড ফলত বিস্তৰ ক্ষতি ৷
-
অদ্যপি জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷
-
স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
Also Read: নগাঁৱত শিশু অধীকাৰ দিৱস উদযাপন...