লাচিত দিৱস উপলক্ষে কোকৰাঝাৰত বৃহৎ চাইকেল ৰেলী...

লাচিত দিৱস উপলক্ষে কোকৰাঝাৰত বৃহৎ চাইকেল ৰেলী
লাচিত দিৱস উপলক্ষে কোকৰাঝাৰত বৃহৎ চাইকেল ৰেলী
  • বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে কোকৰাঝাৰত বৃহৎ চাইকেল ৰেলী ।

  • কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত উলিওৱা হয় এই চাইকেল ৰেলী ।

  • বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে এই চাইকেল ৰেলী ৷

  • কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা হয় চাইকেল ৰেলী।

  • ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োই ৷

  • কোকৰাঝাৰ চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰে এই ৰেলীয়ে ।

  • পুনৰাই চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত সমবেত হোৱাৰ পিছতে চাইকেল ৰেলীৰ সামৰণি পৰে ৷

  • চাইকেল ৰেলীত বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, জিলা উপায়ুক্ত বৰ্ণালী ডেকা আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in