বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক আনিলে গুৱাহাটীলৈ

দেওবাৰে গুৱাহাটীত বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক মুখ্যমন্ত্রী ভিজিলেঞ্চৰ কাৰ্যালয়ত হাজিৰ কৰায়

author-image
Asomiya Pratidin
New Update
বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক আনিলে গুৱাহাটীলৈ

গুৱাহাটীলৈ আনিলে বিতৰ্কিত ঠিকাদাৰ মিঠু আগৰৱালাক

ডিজিটেল ডেস্কঃ জি এম চিৰ বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক বিহাৰৰ পৰা দেওবাৰে অনা হ'ল গুৱাহাটীলৈ। শুকুৰবাৰে বিহাৰত মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষে গ্ৰেপ্তাৰ কৰিছিল বিতৰ্কিত ঠিকাদাৰগৰাকীক।

Advertisment

উল্লেখ্য যে, শনিবাৰে বিহাৰৰ আদালতৰ পৰা ট্রেনজিৎ ৰিমাণ্ডত লৈছে মিঠু আগৰৱালক। আনহাতে দেওবাৰে গুৱাহাটীত বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক মুখ্যমন্ত্রী ভিজিলেঞ্চৰ কাৰ্যালয়ত হাজিৰ কৰায়।

আৰু পঢ়কঃ নিমখে খোৱা ভৰি দুখন...

assam guwahati