/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/thakrey-22.jpg)
ডিজিটেল ডেস্ক: যিকোনো মুহূৰ্তত পতন ঘটিব মহাৰাষ্ট্র চৰকাৰৰ। বিপদৰ গোন্ধ পাই ইতিমধ্যে চৰকাৰী বাসভৱন এৰিলে উদ্ধৱ থাকৰে।
মহাৰাষ্ট্রৰ ৰাজনৈতিক সংকটৰ অভিকেন্দ্র হৈ পৰিছে গুৱাহাটী। গুৱাহাটীত বিজেপিৰ আতিথ্যত শক্তি বঢ়াইছে একনাথ সিন্দে।
উল্লেখ্য যে, বুধবাৰে একনাথ সিন্ধে একাংশ মন্ত্ৰী বিধায়কৰ লগত আহি উপস্থিত হয় গুৱাহাটীত। তাৰ পাছতেই নতুন মোৰ লয় মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে। সিন্ধে উল্লেখ কৰা মতে তেওঁলোকে হিন্দুত্ববাদক অনুসৰণ কৰিব।
আৰু পঢ়ক: মৰিগাঁৱত মুখ্যমন্ত্ৰীঃ খোৱা পানীৰ সমস্যাৰ দিশটোক গুৰুত্ব দিয়াৰ আশ্বাস…