শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

মৰিগাঁৱত মুখ্যমন্ত্ৰীঃ খোৱা পানীৰ সমস্যাৰ দিশটোক গুৰুত্ব দিয়াৰ আশ্বাস…

  • মৰিগাঁও নেলীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
  • জাগীৰোডৰ কুমাৰবড়ীত বান পীড়িতক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ।
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আশ্ৰয় গ্ৰহণ কৰি আছে এই সকল বানাক্ৰান্তই।
  • কপিলী আৰু কলং নৈৰ বানত কেইবাদিনধৰি আক্ৰান্ত এই লোকসকল।
  • সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে পশু খাদ্যৰ ক্ষেত্ৰত কিছু সমস্যা আছে বুলি জানিবলৈ দিয়ে।
  • অন্যহাতে মৰিগাঁৱত বানাক্ৰান্ত মাজত হোৱা খোৱা পানী সমস্যাৰ বিষয়েও উল্লেখ কৰে।
  • খোৱা পানীৰ সমস্যাৰ বিষয়ে মই গম পাইছোঁ, মই চাই লম।- মুখ্যমন্ত্ৰীগৰাকীয়ে কয় এইদৰে।
  • এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনত পুৱা প্ৰচাৰ হৈছিল বাতিৰ।