মৰিগাঁৱত মুখ্যমন্ত্ৰীঃ খোৱা পানীৰ সমস্যাৰ দিশটোক গুৰুত্ব দিয়াৰ আশ্বাস…

মৰিগাঁৱত মুখ্যমন্ত্ৰীঃ খোৱা পানীৰ সমস্যাৰ দিশটোক গুৰুত্ব দিয়াৰ আশ্বাস…
  • মৰিগাঁও নেলীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
  • জাগীৰোডৰ কুমাৰবড়ীত বান পীড়িতক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ।
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আশ্ৰয় গ্ৰহণ কৰি আছে এই সকল বানাক্ৰান্তই।
  • কপিলী আৰু কলং নৈৰ বানত কেইবাদিনধৰি আক্ৰান্ত এই লোকসকল।
  • সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে পশু খাদ্যৰ ক্ষেত্ৰত কিছু সমস্যা আছে বুলি জানিবলৈ দিয়ে।
  • অন্যহাতে মৰিগাঁৱত বানাক্ৰান্ত মাজত হোৱা খোৱা পানী সমস্যাৰ বিষয়েও উল্লেখ কৰে।
  • খোৱা পানীৰ সমস্যাৰ বিষয়ে মই গম পাইছোঁ, মই চাই লম।- মুখ্যমন্ত্ৰীগৰাকীয়ে কয় এইদৰে।
  • এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনত পুৱা প্ৰচাৰ হৈছিল বাতিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in