লামডিঙত অগ্নিকাণ্ডৰ ঘটনা, দাউ দাউ কৈ জ্বলি উঠিল টাটা মোবাইল গাড়ী

লামডিঙত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। এই ঘটনা সংঘটিত হৈছে নিউ কলোনী পাম্প ৰোড আমটিলাত।
লামডিঙত অগ্নিকাণ্ডৰ ঘটনা, দাউ দাউ কৈ জ্বলি উঠিল  টাটা মোবাইল গাড়ী

ডিজিটেল সংবাদ, লামডিং: লামডিঙত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। এই ঘটনা সংঘটিত হৈছে নিউ কলোনী পাম্প ৰোড আমটিলাত।

এখন খেৰ ভৰ্তি AS 02 AC 7719 টাটা মোবাইল গাড়ী ৰৈ থকা অৱস্থাত দাউ দাউ জ্বলিল জুই ৷ এই অগ্নিকাণ্ডৰ ঘটনা কেনেকৈ সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই।

অগ্নিকাণ্ডৰ ঘটনাৰ খৱৰ পোৱাৰ লগে লগে উপস্থিত হয় লামডিং আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল। লামডিং পাম্প ৰোড আমটিলা অগ্নি নিৰ্বাপক বাহিনীৰ দল আহি জুই নিয়ন্ত্ৰণ কৰে।

আৰু পঢ়ক: ''স্বামী-শাহুৱেকক হত্যা কৰি পাতিছিল পূজা'' দোষী হ'লে বন্দনাক গুলী মাৰক বুলি ক'লে পিতৃয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in