/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e9fc8f2e-18d0-4ff5-bddb-f5efb10b46a0/111.jpg)
-
বদৰপুৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
-
গাঞ্জাৰ লগতে তিনিগৰাকী মহিলা সৰবৰাহকাৰীসহ ৫জনক আটক
-
ত্রিপুৰাৰ পৰা বদৰপুৰলৈ সৰবৰাহ কৰিছিল গাঞ্জাখিনি
-
৩৪ টা পেকেটত মুঠ ৭২ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম
-
ধৃতকেইগৰাকী ত্রিপুৰা ধৰ্মনগৰৰ বুলি জানিব পৰা গৈছে