New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3fe0f319-3013-4efa-a519-b447ef36146c/AP_FOR_WEB_new_format_Y_copy.jpg)
লাংছ’লিয়েট ৰে’ল ষ্টেচনত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।
ৰে’লে কাটি নিহত কৰে এজন বিষয়াক।
মৃত বিষয়াগৰাকীৰ নাম এছ কে গুপ্তা।
চীফ ট্রেভেলিং টিকেট ইন্সপেক্টৰ হিচাপে কৰ্মৰত আছিল গুপ্তা।
উজনিমুৱা জনশতাব্দী এক্সপ্রেছে খুন্দাত পৰি নিহত হয় বিষয়াজন।
Also Read: ট্ৰেফিক পইণ্ট মহতীয়াই নিলে ১০চকীয়া ট্ৰাকেঃ কথমপি প্ৰাণ ৰক্ষা আৰক্ষীৰ...