/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c950013c-672c-4410-b60b-3999d8392b72/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ বজালীৰ ভবানীপুৰত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। এখন ১০চকীয়া ট্ৰাকে ভবানীপুৰৰ ট্ৰেফিক পইণ্ট মহতীয়াই নিয়াৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো। জানিব পৰা মতে হাউলীৰ পৰা গুৱাহাটী অভিমুখী আছিল ট্ৰাকখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a3184904-375c-4ce8-aa7c-57008e05d3ff/f82e3a66_65ec_435f_a7dd_2ae72382d22c.jpg)
উক্ত দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে ৩গৰাকীকৈ আৰক্ষীৰ। ট্ৰেফিক পইণ্টত কৰ্মৰত অৱস্থাত আছিল আৰক্ষীকেইজন। তিনিওগৰাকীয়ে ট্ৰেফিক পইণ্টোৰ পৰা জপিয়াই কোনোমতে ৰক্ষা কৰে নিজৰ প্ৰাণ।
Also Read: দিল্লীৰ AIIMSত অগ্নিকাণ্ডৰ সূত্ৰপাত...